skip to Main Content
98540-19269, 9085-722333 kcvtghy1955@gmail.com

ৰাজ্যৰ এখন আগশাৰীৰ উচ্চ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান হৈছে কামৰূপ কাৰিকৰী প্ৰশিক্ষণ মহাবিদ্যালয়। ১৯৫৫তে গুৱাহাটীৰ মাজমজিয়াত স্থাপিত এই প্ৰতিষ্ঠানে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই আহিছে গুৰুত্বপূৰ্ণ অৱদান। বিগত বছৰত এই শিক্ষা প্ৰতিষ্ঠানৰ পৰাই সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৯গৰাকীকৈ শিক্ষাৰ্থীয়ে নিযুক্তি লাভ কৰিছিল গুৱাহাটী ছেছন কোৰ্টত।

নিৰ্ভৰযোগ্য কাৰিকৰী প্ৰতিস্থান kcvt । অভিজ্ঞতা সম্পন্ন শিক্ষক, অত্যাধুনিক সা সুবিধা থকা শ্ৰেণীকোঠাই kcvtৰ প্ৰতিগৰাকী শিক্ষৰ্থীক লৈ গৈছে সফলতাৰ শিৰ্ষলৈ । ৬০ বছৰৰ অভিজ্ঞতাৰ বাবে এতিয়া সকলোৰে মুখে মুখে কেৱল kcvtৰ নাম।

Media Interaction

It gives us immense pleasure to inform you all that a news article about Kamrup College of Vocational Training has been broadcasted by TIME8. The article showcases all details about KCVT including its founder, course curriculum, activities and placements. The article also provides briefings given by the Chairman, Secretary, senior most faculty members, along with staff and students.

PRESS RELEASES

DIAMOND JUBILEE PRESS RELEASES

PRESS RELEASES 2017

Back To Top